🎹 Chordroom

Your Song Chords & Lyrics Database

Bonoriya Gaan - Rajveer Chords

Chords: F, Bb, Dm, C, Gm

More chords by Rajveer

Genre: bhangra, punjabi, fusion


[Instrumental]
F Bb
F Bb

[Verse 1]
F Dm
মই আকাশ চুবলে বিচাৰোঁ
C Bb
তুমি মোৰ লগতে যাবানে
F Dm
মই জীৱন সজাব খুজিছোঁ
C Bb
তুমি মোৰ লগৰী হবানে

[Humming]
F Dm C Bb
হাঁ হাঁ হাঁ হাঁ হাঁ হাঁ
F Dm C Bb
হাঁ হাঁ হাঁ হাঁ হাঁ হাঁ
F Dm
মই আকাশ চুবলে বিচাৰোঁ
C Bb
তুমি মোৰ লগতে যাবানে
F Dm
মই জীৱন সজাব খুজিছোঁ
C Bb
তুমি মোৰ লগৰী হবানে

[Chorus]
F C
এটি দুটিকৈ সপোন খেদি যাম
F C
যদি মচি দিয়া মোৰ কপালৰ ঘাম
Bb Gm
বনৰীয়া গান দুয়ো মিলি গাম
F C
তাতেই জানানে সৰগ ঢুকি পাম

[Refrain]
F Dm
মই আকাশ চুবলে বিচাৰোঁ
C Bb
তুমি মোৰ লগতে যাবানে
F Dm
মই জীৱন সজাব খুজিছোঁ
C Bb
তুমি মোৰ লগৰী হবানে

[Instrumental]
F C Bb
F C Bb F

[Verse 2]
F Dm
যদি হঠাৎ ধুমুহা আহে
C Bb
তুমি বাৰু সাহস হবানে
F Dm
যদি হেৰাই যাওঁ জীৱনৰ বাটত
C Bb
উভতাই আনিব পাৰিবানে

More Rajveer Songs

ChordRoom - Free Guitar & Piano Chords